কোন ক’ত আছ - জ্যোতিপ্ৰসাদ আগৰৱালা



কোন আছ
     আহ ডেকা ৰা
     তই সমুখত থিয়
মতৃ পূজাৰ ভাগ বলৈ দেৰি কৰ কিয় ?
শুৱনি প্ৰকৃতি শুৱাই থাকা
     অসম দেশৰ ছোৱলী
     তই পাছে পাছে পৰি থাক কিয়?
     অসম দেশৰ ছোৱলী
ভাৰত বৰিষ বিয়পি জ্বলিছে
     যুঁজৰ অগনি শিখা
          অসমীয়া তই টোপনি নেৰিবি
              কিনো ভাইগৰ লিখা

No comments:

Post a Comment